loklok khuba

Lok Adalat (English) [ IPA: Lok Adalat ASM: লোক আদালত]
Contributed by: Partha P Sarmah on 2011-04-22
1. Legal(Proper Noun-Neuter) literally, 'people's court', this is an Indian governmental system of Alternative Dispute Resolution through mediation, negotiation, conciliation and compromise without strictly following the complicacies of the procedural laws and the Evidence Act for quick delivery of justice. Lok Adalat adopts a non adversarial process and can only entertain cases related to compoundable offences. The Lok Adalat is presided by a sitting or retired judge. A case can come to Lok Adalat only if both the parties agree to resolve the case through negotiation The decision of the Lok Adalat is binding on both the parties. Unlike regular court cases, there is no court fee here. ফৌজদাৰী গোচৰ নোহোৱা; টকা-পইচা, সম্পত্তি, পাৰিবাৰিক অশান্তি আদি কেৱল আপোচ যোগ্য অপৰাধ জটিল আৰু দীঘলীয়া আইনী মেৰপাকত নোসোমোৱাকৈ মিটমাত বা এৰা-ধৰাৰ মাজেৰে ন্যায়িক দণ্ডাধীশ বা বিচাৰকৰ মধ্যস্থতাত খৰটকীয়াকৈ সমাধান কৰাৰ বিকল্প চৰকাৰী ন্যায়িক পদ্ধতি৷ দুই বিবাদী পক্ষ ই সমিল মিলেৰে গোচৰ নিস্পত্তি কৰিবলৈ মান্তি হ’লেহে কোনো গোচৰ লোক আদালতলৈ আহিব পাৰে৷ লোক আদালতৰ ৰায় মানিবলৈ দুয়ো পক্ষ আইনগত ভাবে বাধ্য৷ লোক আদালতত বিনামূলীয়াকৈ গোচৰ তৰিব পাৰে৷